62
গুৱাহাটীঃ হৃদৰোগত আক্রান্ত হৈ গুৱাহাটীৰ দিছ্পুৰস্থিত জিএনআৰচিত চিকিৎসাধীন হৈ থকা হাইলাকান্দি বিধায়ক আনোৱাৰ হুছেইন লস্কৰক দিল্লীলৈ স্থানান্তৰ কৰা হয়।
উন্নত চিকিৎসাৰ বাবে এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ তৎপৰতা শনিবাৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰপৰা এয়াৰ অম্বুলেন্সৰ জৰিয়তে বিধায়কগৰাকীক লৈ যোৱা হয় দিল্লীলৈ।