59
গুৱাহাটীঃ ফাগুনৰ ৰিঙা ৰিঙা মন পচোৱাই উৰুৱাই লৈ যোৱাৰ পাছত চ’তৰ শেষত আগমন বসন্তৰ! ঋতুৰাজ বসন্ততেই ৰঙালী বিহুৰ আগমন। সকলো অসমীয়া সাজু হয় বাপতি সাহোন বিহুক আদৰিবলৈ।
বিগত বর্ষবোৰৰ দৰে এইবাৰো অহা ১৪ এপ্ৰিলৰপৰা ১৭ এপ্ৰিললৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ঐতিহাসিক গুৱাহাটী বিহু সন্মিলনৰ। লতাশিল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এইবাৰ গুৱাহাটী বিহু সন্মিলনে বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত সংযোজন ঘটাইছে এক নতুন নিয়মৰ।