38
গুৱাহাটীঃ লোকসভাৰ নিৰ্বাচন ভোটগণনা চলি থকাৰ সময়তে উগ্ৰতাৰা মা-দর্শনলৈ আহিল ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
উগ্ৰতাৰাত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কয় ৰাজ্যখনৰ জনতাৰ বাবে আশীৰ্বাদ বিচৰা লগতে আগন্তক দিনত ৰাজ্যখনৰ জনতাই যাতে শান্তি-সম্প্ৰীতিৰ আৰু ভাতৃত্ববোধেৰে জীয়াই থাকি ৰাজ্যখনৰ উন্নয়নৰ বাবে যাতে একেলগে কাম কৰি যাব পাৰে তাৰ বাবে উগ্ৰতাৰা মা-আশীৰ্বাদ বিচৰিছে।