74
গুৱাহাটীঃ লোকসভাৰ নিৰ্বাচনৰ ভোটগণনা আলম লৈ দুষ্কৃতিকাৰীয়ে দেশত আজিৰ দিনটোত সংঘটিত কৰিব পাৰে ভয়াৱহ আক্ৰমণ। এই আশংকা প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশৰ প্ৰতিখন ৰাজ্যেৰ মুখ্যসচিব আৰু আৰক্ষীৰ সঞ্চালক প্ৰধানক হতৰ্কবাণী প্ৰেৰণ কৰিছে।
ভোটগণনা দিনটোত যাতে কোনো অপ্ৰীতিকৰ আইন-শৃংখলা পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।