63
কোকৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শনিবাৰে কোকৰাঝাৰতো বিশ্ব যক্ষ্মা দিৱস উদযাপন কৰা হয়। জিলা যক্ষ্মা নিৰ্মূল কেন্দ্ৰৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা বিশ্ব যক্ষ্মা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই যক্ষ্মামুক্ত আৰু প্ৰদুষণমুক্ত সমাজ গঢ়াৰ বাবে অাহ্বান জনায়।