67
গুৱাহাটীঃ গুৱাহাটী লোকসভা সমষ্টিত পুৱাৰ ভাগতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেণ গোহাঁয়ে।
ডঃ গোহাঁয়ে ভোটাধিকাৰ সাব্যস্ত কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। বিশেষকৈ সোমবাৰে পশ্চিমবংগৰ এখন নিৰ্বাচনীৰ সভাত অংশগ্ৰহণ কৰি ‘কেব’ আৰু এনআৰচি সন্দৰ্ভত যি বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল, সেই সন্দৰ্ভত তেওঁ কয় বিজেপিয়ে ‘কেব’ গৃহীত কৰি এনআৰচিৰ উদ্দেশ্য ব্যাহত কৰিব বিচাৰিছে।