52
গুৱাহাটীঃ গুৱাহাটী লোকসভা সমষ্টিত পুৱাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাক্তন আৰক্ষীৰ সঞ্চালক প্ৰধান তথা বিশিষ্ট কবি, চিন্তাবিদ হৰেকৃষ্ণ ডেকাই।
লাচিত নগৰ প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰি ডেকাই বিস্ফোৰক অভিযোগ কৰি কয় যে ব্যাপক খেলি-মেলিৰ মাজেৰে অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।