72
গুৱাহাটীঃ আগন্তক ১৫ ৰপৰা ২০ মে’ৰ ভিতৰত ছেবাই ঘোষণা কৰিব মেট্ৰিকৰ ফলাফল।
পূৰ্বৰ বছৰবোৰৰ দৰে দিনৰ ৯ বজাত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল আৰু দিনৰ ১ বজাত ছাত্ৰ-ছাত্ৰীসকলে মাৰ্কশ্বীট লাভ কৰিব।