51
গুৱাহাটীঃ শ্ৰীলংকাত ISISৰ ভয়ংকৰ আক্ৰমণৰ পাছত এইবাৰ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে হাই এলাৰ্ট জাৰি কৰা হৈছে অসমতো।
গুৱাহাটীৰ মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচন আৰু উচ্চ ন্যায়ালয়ত চোৰাংচোৱাৰ বিশেষ সতৰ্ক জাৰি। এই কথা প্ৰকাশ অসম আৰক্ষীৰ গৃহ বিভাগৰ। চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি বিশ্বত্ৰাস সন্ত্ৰাসবাদী সংগঠটোৱে এইবাৰ টাৰ্গেত হিচাপে ৰাখিছে জনবহুল গুৱাহাটীৰ মহানগৰীক।