57
গুৱাহাটীঃ আগন্তুক অসমীয়া বছৰটোত দেশত কি ঘটনা সংঘটিত হ’ব? জ্যোতিষ শাস্ত্ৰত যদি আপুনি বিশ্বাস কৰে তেন্তে বাতৰিটো পঢ়িব পাৰে।
অসমীয়া ২০১৯-২০ বর্ষত ৰবি-ৰজা, বুধ-মন্ত্ৰী, শনি-জলাধিপতি আৰু মংগল-শস্যাধিপতি স্থানত অৱস্থান কৰাৰ কথা। নতুন বৰ্ষটোৰ আম্ভণিতে দেশত যুদ্ধ-বিগ্ৰহ, হত্যা, প্ৰাকৃতিক দুৰ্যোগ, গুপ্ত শত্ৰুৰ কাৰ্যকলাপ বৃদ্ধি, বান, ৰে’ল-বিমান দুৰ্ঘটনা সংঘটিত হ’ব।