50
গুৱাহাটীঃ দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সফল সমাপ্তিৰ পাছত অহা ২৩ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।
তাৰ বাবে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে জোৰদাৰ প্ৰচাৰ অভিযান। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো ৪ টা সমষ্টিতো হ’ব এই তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন।