47
গুৱাহাটীঃ জামিন বিচাৰি আদালতত পুনৰ মুখথেকেছা অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পালৰ।
ধনৰ বিনিময়ত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত চিআইডি ২৭/১৮ গোচৰত কাৰাৰুদ্ধ হৈ থকা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালে জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰাস্থ হৈছিল।