80
গুৱাহাটীঃ পিতৃৰ পদাংক অনুসৰণ কৰি গেৰুৱা বসন পৰিধান কৰিলে ৰঞ্জিত কুমাৰ দাসৰ কন্যা ৰোজীশ্ৰীয়া ৰঞ্জিত কুমাৰ দাসে।
বৰপেটাৰ বিজেপিৰ এক নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰোজীশ্ৰীয়াই আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিত।