73
গুৱাহাটীঃ অহা ৯ জুনত খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ ভিতৰত দ্বিতীয়খন আসনৰ বাবে বিজেপিয়ে ইয়াৰ মিত্ৰ দল অগপত এৰি দিয়াৰ পাছত প্ৰথমখন আসনৰ বাবে বিজেপিয়ে সোমবাৰে বিয়লি সিদ্ধান্ত গ্ৰহণ কৰিব।
ৰাজ্যসভাৰ এই দ্বিতীয়খন আসনৰ প্ৰাৰ্থী নাম চূড়ান্ত কৰাৰ বাবে দলটোৰ বিধায়নী দলৰ বৈঠক আহ্বান কৰা হৈছে। আবেলি ৫ বজাত বিজেপিৰ বিধায়নী কক্ষত অনুষ্ঠিত হ’ব এই বৈঠক।