60
গুৱাহাটীঃ তৃতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ভোটাধিকাৰ সাব্যস্ত কৰে।
দক্ষিণ শৰণীয়া প্ৰাথমিক বিদ্যালয়ত পুৱা ভাগতে সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ। ভোটাধিকাৰ সাব্যস্ত কৰি ভট্টাচাৰ্যই মন্তব্য কৰে, গণতন্ত্ৰত ৰাইজে ৰজা, আজি দিনটোত ৰাইজ ওলাই আহিছে সেই কথাই প্ৰমাণ কৰিছে দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক অগোৱাই নিয়াৰ বাবে যে ৰাইজ আগ্ৰহী।