61
গুৱাহাটীঃ শান্তিপূৰ্ণভাৱে সামৰণি পৰিল দেশৰ প্ৰথম পৰ্যায়ৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।
অসমৰ পাঁচ সমষ্টিত বিয়লি পাঁচ বজালৈকে ৬৭.৪ শতাংশ ভোটদান হোৱা বুলি জানিবলৈ দিছে ৰাজ্যিক নিৰ্বাচন আয়োগে।