Home ৰাজ্য‘শূন্য সহনশীলতা বঁটা’ ঘোষণা

‘শূন্য সহনশীলতা বঁটা’ ঘোষণা

by News Desk
A+A-
Reset
su

গুৱাহাটীঃ দুৰ্নীতিৰ বিৰোধী যুৱ শক্তি অসমৰ ২০১৯ বর্ষৰ ‘শূন্য সহনশীলতা বঁটা’ ঘোষণা। অন্যায়ৰ বিৰুদ্ধে আপোচবিহীনভাৱে কৰ্ম সম্পাদন কৰি অহা বিভিন্ন ক্ষেত্ৰৰ ৯ গৰাকীৰ সন্মানীয় ব্যক্তিলৈ এইবর্ষৰ ‘শূন্য সহনশীলতা বঁটা’ আগবঢ়োৱা হ’ব।

এইবর্ষত সংগঠনটোৱে বঁটা প্ৰদান কৰিব লগা ব্যক্তিকেইগৰাকীৰ হৈছে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন, অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, অসম পাব্লিক ৱৰ্কছৰ কর্মী অভিজিৎ শৰ্মা, আৰক্ষীৰ অধীক্ষক মুকুল শইকীয়া, নিউজ লাইভ জ্যেষ্ঠ সাংবাদিক ৰঞ্জনলাল শৰ্মা, প্ৰতিদিন টাইমৰ সহযোগী সম্পাদক শোণিত কুমাৰ ভূঞা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক জয়ন্ত দাস, গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দিগন্ত গগৈ আৰু সাংবাদিক ৰিংকু তামুলীকৈ আগবঢ়োৱা হ’ব এই বর্ষৰ ‘শূন্য সহনশীলতা বঁটা’। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0