59
তেজপুৰঃ ৰাজ্যৰ শাসনত বিজেপি দল অধিষ্ঠিত হৈ আছে যদিও মহাবিদ্যালয়সমূহত বিজেপিৰ ভাতৃ ছাত্ৰ সংগঠন এ বি ভি পিয়ে আজিও খোপনি পুতিব পৰা নাই। ৰাজ॥ৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এটা পদবীটো বিজয় সাব্যস্ত কৰিব নোৱাৰিলে বিজেপিৰ ভাতৃ সংগঠনটোৱে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত সেই কথা স্পষ্ট হৈ পৰে৷ আনহাতে মহাবিদ্যালয়সমূহত এইবাৰ আছুৰ জয়যাত্ৰা অব্যাহত আছে৷