60
মাৰ্ঘেৰিটাঃ চাহ বাগিছাৰ কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ দাবীত আজি ৰাজ্য চৰকাৰৰ শ্ৰম মন্ত্ৰীক স্মাৰক পত্ৰ প্ৰেৰণ কৰে চাহ মজদুৰ সংঘই৷
চাহ বাগিছাৰ শ্ৰমিকৰ সমস্যা সমুহ সমাধানৰ দাবীত আজি ভাৰতীয় চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাই ১৫ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ মাৰ্ঘেৰিটা মহকুমাধিপতিৰ জৰিয়তে অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী পল্লৱ লোচন দাসলৈ প্ৰেৰণ কৰে৷