Home ৰাজ্যৰাষ্ট্ৰপতিৰ কৃতি শিক্ষকৰ সন্মান দৰঙৰ শিক্ষকলৈ

ৰাষ্ট্ৰপতিৰ কৃতি শিক্ষকৰ সন্মান দৰঙৰ শিক্ষকলৈ

by News Desk
87 views
A+A-
Reset

মঙলদৈঃ দৰং জিলাৰ ৰাজঘাট মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক লোজোৰা গাওঁৰ নিবাসী ভাৰত ভূষন মহন্ত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বটাৰ বাৱে নিৰ্বাচিত হৈছে। অহা ৫ চেপ্তেম্বৰত শিক্ষক দিৱসত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুস্থিত হৱলগীয়া শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্য্যসুচীত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৃতি শিক্ষকৰ বটাঁ প্ৰদান কৰিব কৃতি শিক্ষকগৰাকীক৷

অসমীয়া বিষয়ত স্নাতকোক্তৰ ডিগ্ৰী আৰু হিন্দী বিষয়ত প্ৰবীন পৰীক্ষাত উত্তীৰ্ণ ভাৰত ভূষন মহন্তই ২০০১ বৰ্ষত জিলা ভিত্তিক কৃতি শিক্ষক বটাঁ¸ ২০১৫ বৰ্ষত অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা পাৰদৰ্শী শিক্ষকৰ বটাঁও লাভ কৰিছিল৷ আনহাতে সমাজৰ ভিন্ন কামত আগৰনুৱা শিক্ষকগৰাকীয়ে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপেও সু দায়িত্ব পালন কৰিছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0