Home ৰাজ্যশিৱসাগৰত শিক্ষক দিৱস পালন

শিৱসাগৰত শিক্ষক দিৱস পালন

by News Desk
73 views
A+A-
Reset

গৌৰীসাগৰঃ আজি শিক্ষক দিৱস, স্বাধীন ভাৰতৰ প্রথমগৰাকী আৰ্দশ উপৰাষ্ট্রপতি হিচাপে দ্বায়িত্ব ভাৰ গ্রহণ কৰা সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱস ভাৰতত প্রতি বছৰে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে৷ আজি সমগ্র দেশৰ লগতে শিৱসাগৰ জিলাৰো সকলো বিদ্যালয়তে অতি উৎসাহ উদ্দীপনাৰে শিক্ষক দিৱস পালন কৰা হয়৷

আজি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়ত আয়োজন কৰা হয় সাংস্কৃতিক অনুষ্ঠানৰ লগতে আকস্মিক বক্তৃতা আৰু চিত্রাংকণ প্রতিযোগিতাৰ৷ শিক্ষাৰ জ্ঞানৰ বন্তিৰে উজ্বলোৱা মহান পথ প্রদৰ্শক তথা শিক্ষক সকলক ছাত্র ছাত্রী সকলে সোৱা জনোৱাৰ পিছত আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত সকলো ৰাইজৰ পূৰ্ণ সহযোগিতাত দিখৌমুখৰ শংকৰ জ্যোতি বিষ্ণু জাতীয় বিদ্যালয়ত এক উখল মাখল পৰিবেশৰ সৃষ্টি হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0