Home ৰাজ্যশিক্ষাগুৰুক শুভেচ্ছা ছাত্ৰ সন্থাৰ

শিক্ষাগুৰুক শুভেচ্ছা ছাত্ৰ সন্থাৰ

by News Desk
74 views
A+A-
Reset

তেজপুৰঃ সমগ্ৰ দেশজুৰি উদযাপিত হৈছে শিক্ষক দিৱস। ১৮৮৮ চনৰ ৫ ছেপ্টম্বৰত তামিলনাডুত জন্মগ্ৰহণ কৰা ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ শিক্ষক জীৱনটোৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে তেখেতৰ জন্মদিনটো শিক্ষক দিৱস ৰূপে প্ৰতিবছৰৰ ৫ ছেপ্টম্বৰ তাৰিখে পালন কৰি অহা হৈছে।

সদৌ অসম ছাত্ৰ সন্থাইও শিক্ষক দিৱসৰ কাৰ্যসূচী অসমৰ প্ৰতিটো শৈক্ষিক অনুষ্ঠানে আজি পালন কৰে। শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ ক্ৰীয়া সম্পাদক দেৱাশীষ দেব নাথ, পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ পটঙ্গীয়া, উপদেষ্টা থানেশ্বৰ সুত, দিঙ্কুমণি নাথ, প্ৰাঞ্জল দাস, হিমাংশু নাথ প্ৰমূখ্যে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই পশ্চিম তেজপুৰ অঞ্চলৰ লোকনায়ক অমিয় কুমাৰ দাস উচ্চ মাধ্যমিক বিদ্যালয়, চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোপীনাথ বৰদলৈ মজলীয়া বিদ্যালয়, বিন্দুকুৰি উচ্চ মাধ্যমিক বিদ্যালয়কে অঞ্চলটোৰ প্ৰত্যেকখন শৈক্ষিক অনুষ্ঠানলৈ গৈ শিক্ষাগুৰু সকলক শুভেচ্ছা, মানপত্ৰ প্ৰদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0