56
newsnextone.com। কাজিৰঙাঃ বোকাখাতস্থিত উজনি অসম একমাত্ৰ দিব্যাংগ কেন্দ্ৰত থকা দিব্যাংগ ছাত্ৰ-ছাত্ৰী সকলে ড০ সৰ্ব্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো কেক কাটি উলহ-মালহেৰে উদ্যাপন কৰে।
উল্লেখ্য যে,উজনি অসমৰ বিকলাংগ কেন্দ্ৰত থকা প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় দুখন ১৯৯৫ চনতে স্থাপিত হৈছিল যদিও আজি পৰ্যন্ত বিদ্যালয় দুখন প্ৰাদেশীকৃত নহ’ল।