Home ৰাজ্যৰাইদঙীয়াত আছুৰ শিক্ষক দিৱস উদযাপন

ৰাইদঙীয়াত আছুৰ শিক্ষক দিৱস উদযাপন

by News Desk
82 views
A+A-
Reset

জাজৰিঃ বিগত কেইবাবছৰ ধৰি ৰাইদঙীয়া আঞ্চলিক ছাত্র সন্থাই উদযাপন কৰি আহিছে শিক্ষক দিৱস আৰু কৃতি ছাত্র-ছাত্রীৰ অভিনন্দন অনুষ্ঠান। আজি শিক্ষক দিৱস উপলক্ষ্যে ৰাইদঙীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকা।

ৰাইদঙীয়া আছুৰ সভাপতি ভাস্কৰ জ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে প্ৰমোদ দাস আৰু সম্পাদক প্ৰাঞ্জল দাসে। হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাসে উদ্বোধন কৰা সভাত শিল্পী কৃষ্ণমনি নাথ, সমাজকৰ্মী নৱকমল ৰাজা, নৰেন বৰা আৰু নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি অভিজিৎ দাসে শিক্ষক সমাজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত বক্তব্য দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0