64
বঢ়মপুৰঃ নগাঁৱৰ পুতনিৰ হালোৱা গাঁৱত এগৰাকী কিশোৰী নিৰুদ্দেশক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। যোৱা বুধবাৰৰে পৰা নিৰুদ্দেশ হৈ আছে কিশোৰীগৰাকী। পুৰণিগুদামলৈ বুলি আহি আজি পৰ্যন্ত সন্ধানহীন হৈ আছে ১৭ বছৰীয়া কিশোৰীগৰাকী।
পৰিয়ালৰ লোকে ফাইজুল হক নামৰ এজন যুৱকে কিশোৰীগৰাকীক অপহৰণ কৰাৰ সন্দেহ কৰিছে। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকসকলে পুৰণিগুদাম আৰক্ষী চকীত এজাহাৰ দিখল কৰে।