69
ডিজিটেল ডেস্কঃ ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি সেই ভিডিঅ’ মোবাইলত ৰেকৰ্ড কৰি পুনৰ কেইবামাহ ধৰি ব্লেকমেইল কৰাৰ ঘটনা পোহৰলৈ আহিছে মুম্বাইত৷ প্ৰথমে অভিযুক্তই ধৰ্ষণ কৰি ভিডিঅ’ ৰেকৰ্ড কৰে৷ সেই ভিডিঅ’টোৰে কেইবামাহ ধৰি ধৰ্ষণ কৰে৷
তাৰ পিছত ব্লেকমেইল কৰাৰ উদ্দেশ্যে আন ৩ জন বন্ধুক ভিডিঅ’টো দিয়ে৷ ৩ জন বন্ধুৱে ভিডিঅ’টো দেখুৱাই গণ ধৰ্ষণ কৰে কিশোৰীগৰাকীক৷ ইতিমধ্যে ঘটনাৰ অভিযুক্তক আটক কৰা হৈছে৷