59
ডিজিটেল ডেস্কঃ ‘ভাৰতীয় মানুহ ভাল বস্তুৰ যোগ্য নহয়’- এইটোৱে আছিল ২২ মেৰপৰা ছ’চিয়েল মিডিয়াত চৰ্চালৈ অহা বিষয়। সেয়ে ২০০ টকীয়া হেডফোনৰ সলনি ৩০ টকীয়া হেডফোনৰ বিকল্পৰ কথা ভাবিবলগীয়া হৈছে এটা বিভাগে।
দৰাচলতে মুম্বাইৰপৰা গোৱালৈ তেজাচ নামৰ এখন বিশেষ এক্সপ্ৰেছ মুকলি কৰা ইণ্ডিয়ান ৰেলৱে কেটাৰিং আৰু ট্যুৰিজিম কৰ্প’ৰেশ্যন চমুকৈ আইআৰচিটিচিয়ে ভাৰতীয়ৰ আচৰণক লৈ বিপাঙত পৰিছে।