www.newsnextone.com| তেজপুৰঃ

 

                                                            ফেচ বুকত এটা পোষ্ট। 
                                                           এক ৰহস্যজনক পোষ্ট।

তাৰ পিছতে তেজপুৰৰ কলিয়াভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিলে এজনে যুৱকে।

এ এচ ১২ পি৮৫৮২ নম্বৰৰ পালছাৰ বাইকখন দলঙতে থৈ জাপ দিলে যুৱকজনে। যুৱকজন তেজপুৰ কমাৰ চুবুৰিৰ নিবাসী মনোজ কুমাৰ শইকীয়া পুত্ৰ প্ৰজ্ঞান কুমাৰ শইকীয়া। বৰ্তমানলৈকে যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ বিষয়ে জানিব পৰা হোৱা নায়৷