62
ডিজিটেল ডেস্কঃ কাৰাগাৰত গাৰ বিষত মাজে-মধ্যে থাকিব নোৱাৰা হয় আব্দুল কৰিম তেলগী। এসময়ত দেশজুৰি আলোড়নৰ সৃষ্টি কৰা ষ্টাম্প পেপাৰ কেলেংকাৰিৰ মূল অভিযুক্ত বৰ্তমান বাংগালুৰুৰ পৰপ্পানা অগ্ৰহাৰা জেলত বন্দী।
জালিয়াতিৰ অগাধ সম্পত্তিৰ গৰাকী হোৱা তেলগীয়ে পিছে কাৰাগাৰতো কটাইছে বিলাসী জীৱন। গাৰ বিষৰ উপশমৰ বাবে তেলগীৰ কাষতে অনবৰতে থাকিবলগীয়া হৈছে আন তিনিজন বন্দী।