newsnextone.com | মৰিয়নীঃ পুনৰ উত্তজনাই বিৰাজ কৰিছে অসম-নাগালেণ্ড সীমান্তত। নাগালেণ্ডত অসমৰ শ্ৰমিকক আবদ্ধ কৰি প্ৰহাৰ কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।
জানিব পাৰ মতে, অসমৰ সীমান্তৱৰ্তী নাগালেণ্ডৰ চাৰিংবস্তিত অসমৰ শ্ৰমিকে চিঞৰ-বাখৰ কৰাৰ মিছা অভিযোগত নগা দুৰ্বৃত্তই প্ৰহাৰ কৰি আবদ্ধ কৰে। নাগালেণ্ডত কৰ্মৰত অসমৰ শ্ৰমিকক আবদ্ধ কৰি নগা দুৰ্বৃত্তৰ প্ৰহাৰ কৰাৰ এই ঘটনাৰ কথা প্ৰচাৰ হোৱাৰ পিছতে সীমান্তই উত্তেজনাই বিৰাজ কৰে।