newsnextone.com | টীয়কঃ দেওবাৰে কেইবাটাও সংগঠনৰ উদ্যোগত যোৰহাট জিলাৰ টীয়কত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নাগৰিক সভা অনুষ্ঠিত হয়৷ টিয়কৰ টাউনত অনুষ্ঠিত সভাত কেইবাশতাধিক লোক উপস্থিত থাকে৷
কেইবাটাও সংগঠনৰ নেতৃত্বত অনুষ্ঠিত সভাত টীয়কৰ সাহিত্যিক, সমাজ সচেতন নাগৰিক, ছাত্ৰ-ছাত্ৰী, মহিলাই অংশ লয়৷ কেইবাগৰাকী নেতাই অংশ লৈ বিধেয়কৰ বিৰুদ্ধে ভাষণ প্ৰদান কৰে৷