63
তেজপুৰঃ আকৌ এবাৰ মোদী চৰকাৰ বুলি তেজপুৰ চহৰৰ মাজৰে ওলাল বিজেপিৰ ৰোড শ্ব’। ৰোড শ্ব’ৰ নেতৃত্ব ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অসমীয়া বাপুতি সাহোন ৰঙালী বিহুটিলৈ মাজত মাথোন কেইটিমান দিন। বৰ্তমান অসমৰ চৌদিশে বিহুৰ প্ৰস্তুতি চলিছে পিছ পৰি ৰোৱা নাই ৰাজনৈতিক দল সমুহো।