60
ডিব্ৰুগড়ঃ ৰাইজৰ ৰোষত দুলীয়াজানৰ বিজেপিৰ বিধায়ক তেৰছ গোৱালা। বিধায়ক গোৱালা শুকুৰবাৰে ৰামেশ্বৰ তেলীৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল মূঢ়ানি আমগুৰিলৈ৷
নিৰ্বাচনী প্ৰচাৰ সভাতে ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত তেৰছ গোৱালাৰ স্থিতি স্পষ্ট কৰিবলৈ কয়৷