111
গুৱাহাটীঃ আগন্তক লোকসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে ৰাজ্য মুঠ ভোটাৰৰ সংখ্যা। সেই অনুসৰি এইবাৰ লোকসভাৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ২,১৯,৯১,১১২ গৰাকী বুলি জানিব পৰা গৈছে।
ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ ১,১২,৩৫,১২৯ গৰাকী, মহিলা ভোটাৰ আছে ১,০৭,৫৫,৪৯২ গৰাকী। তাৰোপৰি ৪৯১ গৰাকী তৃতীয় লিংগ ভোটাৰ।