64
ডিজিটেল ডেস্কঃ ৰেল বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিয়োগৰ বাবে অনুষ্ঠিত হ’ব লগা পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ নিয়ম কিছু সাল-সলনি কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰী পীযুষ গোৱেলে৷