55
ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলত সন্ত্ৰাবাদৰ সামৰীক প্ৰশিক্ষণ আৰম্ভ কৰিবলৈ প্ৰস্তুতি চলাইছে আল কায়দাই৷ এনে এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে দিল্লীত এজন সন্ত্ৰাসবাদী আটক হোৱাৈৰ পাছত৷
সোমবাৰে নিশা দিল্লীৰ আৰক্ষীয়ে চক্ৰপুৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে এজন অল কায়দাৰ ধৃত সন্ত্ৰাসবাদীক। অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰা হয় এই সন্ত্ৰাসবাদীজন বাংলাদেশৰ ছানিউৰ ৰহমান বুলি জনা গৈছে৷