62
গুৱাহাটীঃ সদৌ অসম টে’ট উত্তীৰ্ণ শিক্ষকে শনিবাৰে পুৱা ১১ বজাৰপৰা আৰম্ভ কৰিছে ‘দিছপুৰ চলো’ কাৰ্যসূচী।
সমগ্ৰ ৰাজ্যৰপৰা হাজাৰ হাজাৰ শিক্ষক আহি খানাপাৰা ফিল্ডত একত্ৰিত হৈ অতি সুশৃংখলিতভাৱে দিছপুৰ অভিমুখে ৰাওনা হ’বলৈ সাজু হৈছে।