Home ৰাজ্যমডেল বিটিচি, বাইক ২০, চাইকেল আৰোহীয়ে ১০ টকাৰ বিনিময়ত পাৰ হয় বাহৰ দলং, খুঁটাতেই সন্তুষ্টি

মডেল বিটিচি, বাইক ২০, চাইকেল আৰোহীয়ে ১০ টকাৰ বিনিময়ত পাৰ হয় বাহৰ দলং, খুঁটাতেই সন্তুষ্টি

by News Desk
63 views
A+A-
Reset

newsnextone.com | তামুলপুৰঃ পৰিৱৰ্তনৰ নামত চৰকাৰ সলনি হয় যদিও ৰাইজৰহে ভাগ্য হে সলনি নহয়৷ মন্ত্ৰী-বিধায়ক হৈ নিশাৰ ভিতৰতে জীৱন সলনি হয় যদিও জীৱন ধাৰণৰ মাণদণ্ড উন্নত নহয় সৰ্বসাধৰণৰ৷ গাড়ী-ঘৰ, টকা-পইচাৰে নদন-বদন হয় তেওঁলোক৷ কিন্তু দৰিদ্ৰ-শ্ৰমিক, মধ্যবিত্তৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে ঢাল খায়৷ 

মন্ত্ৰী-বিধায়ক হৈ চহৰত বৰ বৰ আট্টালিকাত ৰজাৰ দৰে থাকিবলৈ আৰম্ভ কৰি তেওঁলোকে গাঁওখনৰ কদৰ্যময় অৱস্থাক পাহৰি যায়। বোকা-পানীৰ গাঁও খনৰ পথ কেইটা যে উন্নত কৰিব লাগে সেই কথাক গুৰুত্ব প্ৰদান কৰিবলৈ আহৰি নাথাকে ৰাইজৰ ভোটেৰে ৰজা হোৱা সকলৰ। বৰ বৰ কথা-ভাষণ ফুটুকাৰ ফেন হৈ পৰে। ৰজা হ’বলৈ এশটা প্ৰতিশ্ৰুতি দিয়ে। কিন্তু ৰজা হোৱাৰ পিছতে এটাও প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0