47
তেজপুৰঃ তেজপুৰৰ গোটলুঙত ভয়ংকৰ পথ দুৰ্ঘটনা৷ ট্ৰাকৰ চেপাত থিতাতে নিহত পথচাৰী৷ উত্তেজিত লোকে অৱৰোধ কৰিছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ নিহত লোকজনৰ নাম আনোৱাৰ হুছেইন৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে RJ 01GA 5330।

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.