জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেজপুৰত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ

Home ৰাজ্যজাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেজপুৰত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেজপুৰত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ

by News Desk
68 views
A+A-
Reset

তেজপুৰঃ তেজপুৰ চহৰৰ গ্ৰাম্যঞ্চল মিলনপুৰ ৰাজপথ অৱৰোধ কৰি বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ মিলনপুৰৰ জ্যোতি সংগম, উত্তৰ-পশ্চিম তেজপুৰ সাহিত্য সভা, মিলনপুৰ ডিপোটা শাখা ছাত্ৰ সন্থাকে ধৰি উমৈহতীয়াকৈ এনেদৰে দীৰ্ঘ সময় ধৰি মানৱ শৃংখলৰে ৰাজপথ অৱৰোধ কৰি ডবা, বিকুল বজাই কৰাৰ ফলত বৃহৎ যান-জঁটৰ সৃষ্টি হয়৷

কোনো কাৰণতে খিলঞ্জীয়া বিৰোধী জাতিধ্বংসী বিধেয়ক অসমৰ জনগণে মানি নলয়৷  অসমৰ জনগণৰ দাবীৰ প্ৰতি মিলনপুৰবাসীয়ে অব্যাহত ৰখা সংগ্ৰাম কোনো কাৰণতে স্থবিৰ নহয়৷ সেই চৰকাৰক সকিয়নী প্ৰদান কৰি এই বিধেয়ক বাতিলৰ দাবী জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0