75
তেজপুৰঃ অসম বৈদিক বৈষ্ণৱ মহাসভাৰ দ্বাদশ দি বাৰ্ষিক অধিৱেশন সোমবাৰে নিশা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠনৰে সামৰণি পৰে।
চাৰিটা দিনত লক্ষাধিক ভকত-বৈষ্ণৱ সমবেত হোৱা অধিৱেশনখনত যোৱা নিশা অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গে সংগীত পৰিৱেশনৰ লগে লগে অসম বৈদিক বৈষ্ণৱ মহাসভাক নতুন ৰূপ প্ৰদান কৰে।