Home ৰাজ্যবালিপৰাত দুধৰ্ষ ডকাইট আটক

বালিপৰাত দুধৰ্ষ ডকাইট আটক

by News Desk
A+A-
Reset

তেজপুৰ,অপুৰ্ব বৰাঃ শোনিতপুৰৰ বালিপৰাত দুধৰ্ষ ডকাইট আটক। বালিপৰাৰ সৰুপাটগাঁও খেলমাটিত আটক কৰা হয় এই ডকাইট কেইজনক। উল্লেখ্য যে, গুৱাহাটীৰপৰা বিশ্বনাথ চাৰিআলিলৈ AS25-DC-9578 নম্বৰৰ মাছ কঢ়িয়াই আনিছিল বলেৰপিকআপ ভেন এখনে। 

উক্ত গাড়ীখন যোৰাবাটত এখন মাৰুটি গাড়ীৰে আগুছি ধৰি ড্ৰাইভাৰ হেণ্ডিমেনক পিষ্টল দেখুৱাই গাড়ীখন ডকাইটি কৰি আহি থকাৰ সময়তে বালিপৰাৰ সৰুপাটগাঁও খেলমাটিত গাড়ীখনত থকা ড্ৰাইভাৰজনে চিঞৰ মৰাত ৰাইজে খেদি খেদি আটক কৰি চাৰিদুৱাৰ আৰক্ষীক গতাই দিয়ে তিনিজন ডকাইতক।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0