Home ৰাজ্যতেজপুৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস পালন

তেজপুৰত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষ্ণুৰাভা দিৱস পালন

by News Desk
A+A-
Reset
eab347e6-b38b-4373-a7b4-d0174e08226c

অপুৰ্ব বৰা,তেজপুৰঃ বৃহস্পতিবাৰে সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ ৫০ সংখ্যক মৃত্যু দিৱস কেন্দ্ৰীয়ভাৱে অসম সাহিত্য সভাই উদযাপন কৰে তেজপুৰস্থিত ৰাভাৰ সমাধিস্থলত। 

অসম সাহিত্য সভাৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, জিলা উপায়ুক্ত নৰসিং পৱাৰ উপস্থিত থাকে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰাজবংশীয়ে সাংবাদিকৰে হোৱা মত বিনিময়ত অসম চৰকাৰক কলাগুৰুৰ সমাধিস্থলী উন্নত ৰূপত গঢ়ি তুলি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত কৰিবৰ বাবে দাবী জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0