57
তেজপুৰঃ তেজপুৰৰ আবৰ্ত ভৱনত অগপ, বিজেপিৰ দুই নেতাৰ গোপন বৈঠক অনুষ্ঠিত হয়৷ ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰভাৰী ৰাম মাধৱ আৰু তেজপুৰ অগপ নেতা তথা তেজপুৰ বিধায়ক বৃন্দাবন গোস্বামী শনিবাৰে এখন বৈঠকত মিলিত হয়।
উক্ত বৈঠকৰ শেষত সাংবাদিকৰ আগত বিজেপি নেতা ৰাম মাধৱে কয় যে অসম গন পৰিষদৰ লগত মিত্ৰতা যিহেতু অব্যাহত আছে গতিকে আগন্তক লোকসভা নিৰ্বাচনতো থাকিব৷