66
তেজপুৰঃ তেজপুৰৰ মিলনপুৰত বুধবাৰে নিশা প্ৰায় ৯.৩০ বজাত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ এই দুৰ্ঘটনাত একেটা পৰিয়ালৰ এজন নিহত আৰু চাৰিজন আহত হয়৷ পৰিয়ালৰ ককাকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আইতাক, পিতৃ-মাতৃ আৰু নাতিয়েক আহত হয়৷

newsnextone.com is brought to you by Bikalpa Media. House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.