35
তেজপুৰঃ শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত বালিপৰা, লোকৰা, চাৰিদুৱাৰ, খনামুখকে ধৰি বৃহত্তৰ অঞ্চলটোত বিগত কিছুদিন ধৰি মটৰ চাইকেল, গাড়ী চুৰিৰে ত্রাসৰ সৃষ্টি কৰি আহিছে৷
সোমবাৰে দুৰ্ধৰ্ষ চোৰক চাৰিদুৱাৰ আৰক্ষীয়ে আটক কৰে৷ যোৱা নিশা এক গোপন সূত্রৰ পম খেদি আৰক্ষীয়ে বালিপৰা পাঁচআলিৰপৰা মনোজ আলি নামৰ চোৰটোক আটক কৰে৷