48
তেজপুৰ: বৰ্তমান অসমীয়া ছবি গৃহ সমুহ উপযুক্ত প্ৰযুক্তি বিদ্যাৰ অভাৱত প্ৰায় বোৰেই বন্ধ হৈ যোৱাৰ উপসম হৈছে। তেজপুৰত নতুন ছবিগৃহ স্থাপন কৰি অসমীয়া ছবি সমূহক অধিক আগ্ৰহী কৰিছে৷
এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ। মঙলবাৰে তেজপুৰত নৱনিৰ্মিত ছবি গৃহৰ শুভাৰাম্ভ কৰি হাজৰিকাই কয় যে অসমীয়া ছবি গৃহ নিৰ্মাণৰ লগে লগে অসমীয়া ছবিৰ দৰ্শকৰ সংখ্যা বাঢ়িব।