Home ৰাজ্যদিনে-নিশাই অভিজিৎ হাজৰিকাৰ নেতৃত্বত কংগ্ৰেছৰ নিৰ্বাচনী সভা

দিনে-নিশাই অভিজিৎ হাজৰিকাৰ নেতৃত্বত কংগ্ৰেছৰ নিৰ্বাচনী সভা

by News Desk
81 views
A+A-
Reset

তেজপুৰঃ ৰাজ্যৰ অন্যপ্ৰান্তৰ লগতে শোণিতপুৰৰ ৰঙাপাৰা সমষ্টীৰ অন্তৰ্গত বালিপৰাতো প্ৰতিটো ৰাজনৈতিক দলে দিনে নিশাই চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান। সমষ্টিটোত কংগ্ৰেছ অাৰু বিজেপিৰ মাজতেই হ’ব মূল যুঁজখন। দুয়োটা দলেই এতিয়া উঠিপৰি লাগিছে নিজ দলৰ প্ৰাৰ্থী সকলক জয়ী কৰাবলৈ। 

কংগ্ৰেছদলৰ হৈ ৰঙাপৰা সমষ্টীৰ বিজেপিৰ প্ৰাক্তন বিধায়ক তথা ন-কংগ্ৰেছী অভিজিৎ হাজৰিকাই প্ৰাৰ্থী সকলক লগত লৈ দিনে নিশাই চলাইছে প্ৰচাৰ অভিযান। বালিপৰা অাৰু ৰঙাপৰা অঞ্চলত দিনে নিশাই অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা। অভিজিৎ হাজৰিকাৰ মতে বিজেপি দল ফাকিবাজ, মিছলীয়া দল, সেয়েহে ৰাইজক কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দি জয় যুক্ত কৰিবলৈ অাহ্বান কৰিছে। অানহাতে বালিপৰা জিলা পৰিষদক অসম নহয় সমগ্ৰ ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ জিলা পৰিষদ কৰাৰ সপোন বালিপৰা জিলা পৰিষদ পদৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজেশ পাণ্ডিয়াৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0