54
তেজপুৰঃ শোণিতপুৰৰ বালিপৰাৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ এজন বৃদ্ধৰ মৃতদেহ। বৃদ্ধজন ওপৰকছাৰী গাঁৱৰ নৰেন বড়ো বুলি চিনাক্ত কৰা হৈছে।
কালি ঘৰৰ ৰা ওলায় যোৱাৰ পাছৰেপৰা সন্ধানহীন হৈ আছিল নৰেন বড়ো নামৰ লোকজন।