Home ৰাজ্যতেজপুৰ ডিটেনচন কেম্পত সন্দেহযুক্ত নাগৰিকৰ মৃত্যুৰ ঘটনাৰ নতুন মোৰ

তেজপুৰ ডিটেনচন কেম্পত সন্দেহযুক্ত নাগৰিকৰ মৃত্যুৰ ঘটনাৰ নতুন মোৰ

by News Desk
97 views
A+A-
Reset

newsnextoneওদালগুৰি, ৫ অক্টোবৰঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত ধনশ্ৰী খুটি গাঁওৰ জব্বৰ আলী(৬৫) নামৰ ব্যক্তিগৰাকী সন্দেহযুক্ত বিদেশীৰ সন্দেহত  বিগত ২০১৫ চনৰ পৰাই তেজপুৰ ডিটেনচন কেম্পত বন্দী হৈ আছিল। আমছুৰ ওদালগুৰি জিলা সমিতিৰ নেতৃত্ব‌ই সাংবাদিকক অভিযোগ কৰা মতে বিদেশী ন্যায়ধীকৰণৰ  Ft(2)905/2007,WP(C)7353/2015 নং গোচৰমৰ্মে কাৰাবাসত আবদ্ধ জব্বৰ আলীৰ যোৱা ৪ অক্টোবৰ তাৰিখে মৃত্যু হয়। 

সন্দেহযুক্ত বিদেশীৰ সন্দেহত আবদ্ধ কৰি ৰখা মৃত জব্বৰ আলীৰ শৱদেহ ধনশ্ৰীখুটিৰ পৰিয়ালক চমজাই দিবলৈ অহাৰ সময়ত ওদালগুৰি জিলা আৰক্ষীয়ে মৃত্যুদেহটো দণ্ডাধীশ অবিহনে ততাতৈয়াকৈ জানাজা সম্পন্ন কৰাৰ ব্যৱস্থা কৰিছিল যদিও সেই সময়ত আমছু, মুছলিম ছাত্ৰ সন্থা আৰু এ বি আমছুৰ নেতৃত্ব উপস্থিত হোৱাৰ পিছত ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0